মানকাচৰৰ সীমান্ত মাৰ্কেটত অগ্নিকাণ্ড, ভস্মীভূত ৬টা ঘৰ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • মানকাচাৰৰ সীমান্ত মাৰ্কেটত ভয়ংকৰ অগ্নিকাণ্ড।
  • দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ পাছত সংঘঠিত এই অগ্নিকাণ্ড।
  • এই অগ্নিকাণ্ডত ৬ টাকৈ ঘৰ ভস্মীভূত।
  • প্ৰায় ২০ লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।
  • কান্ডেলৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ।
  • জুই নিৰ্বাপন কৰিবলৈ ঘটনাস্থলীলৈ ৰাওনা অগ্নি নিৰ্বাপক বাহিনী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in