শেহতীয়া খবৰ
নতুন দিল্লীত দলীয় নেতৃত্বৰ ওচৰত ক্ষমা খুজিলে শিলাদিত্য দেবে...  •  দুধনৈত বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী ৰপে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰক্ষেপিত প্ৰাৰ্থী শ্যামজিৎ ৰাভা...  •  নাঁওবৈছাত নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাব বিজেপিয়ে,ৰাও গজেন্দ্ৰ সিঙ হ'ব সম্ভাব্য প্ৰাৰ্থী...  •  জাগীৰোড সমষ্টিত উষ্ম আদৰনি পিয়ুষ হাজৰিকাক...  •  ৬ নং বি এন বি এছ এফৰ উদ্যোগত ছিভিক এক্সছন অনুষ্ঠানৰ আয়োজন...  •  পশ্চিমবংগই শান্তি,সোণাৰ বাংলা, প্ৰগতিশীল বাংলা বিচাৰে : নৰেন্দ্ৰ মোডী  •  প্ৰকাশ পালে তৃণমূল কংগ্ৰেছৰ ১৬জনীয়া প্ৰাৰ্থী তালিকা...  •  অগপক এৰি দিয়া ২৬টা সমষ্টিত বিজেপি কৰ্মীক সহায় কৰাৰ আহ্বান ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ...  •  অগপক এৰি দিয়া ২৬টা সমষ্টিত বিজেপি কৰ্মীক সহায় কৰাৰ আহ্বান ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ...  •  মায়ঙৰ পকৰীয়া নৈত দুগৰাকী স্কুলীয়া ছাত্ৰীৰ সলিল সমাধি...

মানকাচৰত পথ দুৰ্ঘটনা, আহত দুজন…

21
  • মানকাচৰৰ ফেকামাৰীত পথ দুৰ্ঘটনা।
  • চাইকেল আৰোহীক বাইক এখনে খুন্দা মাৰে।
  • ওৱাজেদ আলি (৩৫) আৰু মজনু শেখ (২৪) আহত হৈছে।
  • দুয়োকে হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
  • বাইক আৰোহী মজনু শেখৰ অৱস্থা সংকটজনক।
  • চাইকেল আৰোহীজন বিহাৰৰ বাসিন্দা।
  • ফেকামাৰী বজাৰত তেওঁ কেবা বছৰ ধৰি দোকান দি ব্যৱসায় কৰি আছে।
  • দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথত এই দুৰ্ঘটনা হয়।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি