মানকাচৰত পথ দুৰ্ঘটনা, আহত দুজন…

মানকাচৰত পথ দুৰ্ঘটনা, আহত দুজন…
  • মানকাচৰৰ ফেকামাৰীত পথ দুৰ্ঘটনা।
  • চাইকেল আৰোহীক বাইক এখনে খুন্দা মাৰে।
  • ওৱাজেদ আলি (৩৫) আৰু মজনু শেখ (২৪) আহত হৈছে।
  • দুয়োকে হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
  • বাইক আৰোহী মজনু শেখৰ অৱস্থা সংকটজনক।
  • চাইকেল আৰোহীজন বিহাৰৰ বাসিন্দা।
  • ফেকামাৰী বজাৰত তেওঁ কেবা বছৰ ধৰি দোকান দি ব্যৱসায় কৰি আছে।
  • দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথত এই দুৰ্ঘটনা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in