মাছ মৰাক কেন্দ্ৰ কৰি মানকাচৰত দুটা ফৈদৰ মাজত ভয়ংকৰ মাৰপিট, এজনৰ মৃত্যু…

মাছ মৰাক কেন্দ্ৰ কৰি মানকাচৰত দুটা ফৈদৰ মাজত ভয়ংকৰ মাৰপিট, এজনৰ মৃত্যু…
  • মানকাচৰৰ টেপৰপাৰাত মাছ মৰাক লৈ দুটা ফৈদৰ মাজত ভয়ংকৰ মাৰপিট, এজনৰ মৃত্যু
  • কালাপানী আৰক্ষী চকীত এজাহাৰ দাখিল
  • কালাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তিনিজনক
  • মানকাচৰৰ অসম মেঘালয় সীমান্তবৰ্তী টেপৰপাৰাত সংঘটিত হৈছে এই ঘটনা
  • মাছ মৰাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সংঘটিত হয় এই মাৰপিটৰ ঘটনা হয়
  • জুলহাশ আলী, আনোৱাৰ হোছেইন আৰু আলম নামৰ তিনিজনক কোদালেৰে কোবাই কোবাই মাৰি গুৰুতৰ ভাৱে আহত কৰে ।
  • আনোৱাৰ হোছেইন নামৰ যুৱকজনক গোৱালপাৰাত উন্নত চিকিৎসাৰ ভাৱে লৈ যোৱাৰ সময়ত মৃত্যু হয়
  • কালাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আচামী কেইজন হল আশাদ আলী (20) , হজৰত আলী (২৮) আৰু ফটিক মণ্ডল (৫২)

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in