শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

মাছ মৰাক কেন্দ্ৰ কৰি মানকাচৰত দুটা ফৈদৰ মাজত ভয়ংকৰ মাৰপিট, এজনৰ মৃত্যু…

  • মানকাচৰৰ টেপৰপাৰাত মাছ মৰাক লৈ দুটা ফৈদৰ মাজত ভয়ংকৰ মাৰপিট, এজনৰ মৃত্যু
  • কালাপানী আৰক্ষী চকীত এজাহাৰ দাখিল
  • কালাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তিনিজনক
  • মানকাচৰৰ অসম মেঘালয় সীমান্তবৰ্তী টেপৰপাৰাত সংঘটিত হৈছে এই ঘটনা
  • মাছ মৰাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সংঘটিত হয় এই মাৰপিটৰ ঘটনা হয়
  • জুলহাশ আলী, আনোৱাৰ হোছেইন আৰু আলম নামৰ তিনিজনক কোদালেৰে কোবাই কোবাই মাৰি গুৰুতৰ ভাৱে আহত কৰে ।
  • আনোৱাৰ হোছেইন নামৰ যুৱকজনক গোৱালপাৰাত উন্নত চিকিৎসাৰ ভাৱে লৈ যোৱাৰ সময়ত মৃত্যু হয়
  • কালাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আচামী কেইজন হল আশাদ আলী (20) , হজৰত আলী (২৮) আৰু ফটিক মণ্ডল (৫২)
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি