শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

মানকাচৰত অগ্নিকাণ্ডঃ ভস্মীভূত বাসগৃহ, আহত এজন লোক, মৃত্যু পশুধনৰ…

55

  • মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী চৰ শিশুমাৰাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।
  • এই অগ্নিকাণ্ডত এটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ যায়।
  • অগ্নিকাণ্ডৰ ফলত অগ্নিদগ্ধ হৈছে এজন লোক।
  • লোকজনৰ নাম মোগল হুছেইন।
  • হুছেইনক ইতিমধ্যে ভৰ্তি কৰা হৈছে স্থানীয় এখন হাস্পতালত।
  • ইফালে, এই অগ্নিকাণ্ডত এটা গৰু, ১৬ টা হাঁহ, ৭ টা ছাগলী মৃত্যু।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি