মানকাচৰত অগ্নিকাণ্ডঃ ভস্মীভূত বাসগৃহ, আহত এজন লোক, মৃত্যু পশুধনৰ…

মানকাচৰত অগ্নিকাণ্ডঃ ভস্মীভূত বাসগৃহ, আহত এজন লোক, মৃত্যু পশুধনৰ…
  • মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী চৰ শিশুমাৰাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।
  • এই অগ্নিকাণ্ডত এটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ যায়।
  • অগ্নিকাণ্ডৰ ফলত অগ্নিদগ্ধ হৈছে এজন লোক।
  • লোকজনৰ নাম মোগল হুছেইন।
  • হুছেইনক ইতিমধ্যে ভৰ্তি কৰা হৈছে স্থানীয় এখন হাস্পতালত।
  • ইফালে, এই অগ্নিকাণ্ডত এটা গৰু, ১৬ টা হাঁহ, ৭ টা ছাগলী মৃত্যু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in