সেনা-আৰক্ষীৰ নিছিদ্ৰ নিৰাপত্তাৰ মাজতো লতাশিলত সমাগম ৰাইজঃ উপস্থিত শিল্পী মানস ৰবীন…

  • বৃহস্পতিবাৰে পুৱাৰে গুৱাহাটীত সেনাৰ ফ্লেগমাৰ্চ।
  • লতাশিল খেলপথাৰৰ সমীপতো সমাগম হৈছে বহুলোকৰ।
  • আৰক্ষীৰ বাধাৰ বাবে লোকসকল সোমাব পৰা নাই লতাশিল খেলপথাৰত।
  • দিনৰ ১১ বজাত দুবিন গাৰ্গে প্ৰতিবাদৰ বাবে সকলোকে লতাশিললৈ আহিবলৈ জনাইছিল আহ্বান।
  • সেনা-আৰক্ষীৰ নিছিদ্ৰ নিৰাপত্তা মহানগৰীৰ কেউফালে।
  • কিছুসময়ৰ পূৰ্বে লতাশিলৰ সমীপত উপস্থিত হৈছেহি শিল্পী মানস ৰবীন।
  • কেইবাজনো শিল্পী ওলাই আহিছে ৰাজপথলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in