হিমাচলপ্ৰদেশৰ মানালী-কেইলং সংযোগী পথত পুনৰ যান-বাহন চলাচল আৰম্ভ…

হিমাচলপ্ৰদেশৰ মানালী-কেইলং সংযোগী পথত পুনৰ যান-বাহন চলাচল আৰম্ভ…
  • হিমাচলপ্ৰদেশৰ মানালী-কেইলং সংযোগী পথত পুনৰ যান-বাহন চলাচল আৰম্ভ।
  • মঙলবাৰৰ পুৱাৰ পৰা আৰম্ভ হয় পথটোত যান-বাহন চলাচল অব্যাহত।
  • বুধবাৰৰ পৰা পথটোত হিমাচলপ্ৰদেশ পৰিবহন নিগমৰ যাত্ৰীবাহী বাছসমূহো চলাচল কৰা হ'ব।
  • বৰফৰ ফলটোত বিগত কিছুদিনৰ পৰা ব্যাহত হৈ আছিল যান-বাহন চলাচল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in