নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা মমতা বেনাৰ্জীৰ, ক’লে…

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা মমতা বেনাৰ্জীৰ, ক’লে…
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।
  • 'পশ্চিম বংগত 'কেব' কাৰ্যকৰী হ'বলৈ আমি নিদিও।'
  • 'ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি।'
  • 'কেব সমৰ্থন নকৰিবলৈ মই সকলো ৰাজনৈতিক দলকে আহ্বান জনাইছো।'
  • 'কেব মানেই খিলঞ্জীয়াৰ অস্তিত্ব শূণ্যসাৰ হৈ পৰা।'
  • 'বিজেপিয়ে এন আৰ চি আৰু কেবৰ ৰাজনীতি খেলিছে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in