মঙলবাৰে দিল্লীলৈ ৰাওনা হ’ব মমতা বেনাৰ্জী

মঙলবাৰে দিল্লীলৈ ৰাওনা হ’ব মমতা বেনাৰ্জী
  • মঙলবাৰে দিল্লীলৈ ৰাওনা হ'ব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।
  • দিল্লীত মমতা বেনাৰ্জীয়ে সাক্ষাৎ কৰিব অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুক।
  • দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয় বহু গুৰুত্বপূৰ্ণ বিষয়ত মিলিত হ'ব বৈঠকত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in