শেহতীয়া খবৰ
কালিলৈকে পদপথত গান গোৱা ৰাণু মণ্ডল হ’ল বলিউডৰ গায়িকা...  •  এশ গৰু মাৰিলে বাঘৰো মৰণ! বটদ্ৰৱাত আটক হ'ল দুই ছাগলী চোৰ  •  তামুলপুৰৰ নাগ্ৰীজুলিত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ...  •  বাহুবলী ট্ৰেফিক পুলিচ! কোকৰাঝাৰত ঘোচা মাৰি ভাঙিলে মহিলাৰ মুখ, VIDEO  •  শুদ্ধ এন আৰ চিৰ বাবে প্ৰতীক হাজেলাৰ বিৰুদ্ধে লোকজাগৰণ মঞ্চৰ প্ৰতিবাদ  •  অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ জিঞ্জিৰামত মহিলাৰ মৃতদেহ উদ্ধাৰ, স্বামীয়ে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ  •  গোলাঘাটৰ নাওজানত ডিটেনচন কেম্পলৈ প্ৰেৰণ এজনক  •  টীম ইণ্ডিয়াৰ বেটিং, বলিং আৰু ফিল্ডিঙৰ বাবে ৩জনকৈ প্ৰশিক্ষকৰ নাম মনোনীত...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...

মৰি গ’লেও মোডীৰ লগত নবহে দিদি…

1,067

ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোডীক প্রধানমন্ত্ৰী বুলি নাভাবে মমতা বেনাৰ্জীয়ে। প্ৰয়োজন হ’লেও তেওঁৰ সৈতে নবহে বৈঠকত। এই ঘোষণা কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। প্ৰধানমন্ত্ৰীৰ সমালোচনাত সৰৱ হোৱা মমতাই লগতে ক’লে- তেওঁৰ যদি কিবা কথা পাতিব লগা আছে তেন্তে পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ সৈতেহে পাতিব।

দুদিনৰ পূৰ্বে ফেনীয়ে জোঁকাৰি যোৱা ৰাজ্যখনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সাহায্য নালাগে বুলিও ঘোষণা কৰিলে মমতাই। ঘূৰ্ণীত হোৱা ক্ষয়ক্ষতিৰ সৈতে পশ্চিমবংগই নিজেই মোকাবিলা কৰিব পাৰিব বুলিও ঘোষণা কৰে মমতাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি