শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

৫ মেত শপত গ্ৰহন :মমতা হ’ব তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী…

395
  • তৃতীয় বাৰৰ বাবে মুখ্যৰূপে শপত ল’ব মমতা বেনাৰ্জীয়ে ।
  • ৫ মে’ত শপত ল’ব তৃণমূল কংগ্ৰেছৰ নেত্ৰী গৰাকীয়ে ।
  • ৬ মেত মমতা বেনাৰ্জীৰ মন্ত্ৰী সভাৰ শপত গ্ৰহন অনুষ্ঠিত হ’ব ।
  • মঙলবাৰে সন্ধিয়া ৰাজ্যপালক সাক্ষাৎ কৰে তৃণমূল নেত্ৰী গৰাকীয়ে ।
  • পশ্চিমবংগ বিধানসভা নিৰ্বাচনত ২১৩ খন আসন লাভ কৰে তৃণমূল কংগ্ৰেছে ।
  • অৱশ্যে নন্দীগ্ৰামত ১৯৫৬ টা ভোটত পৰাস্ত হৈছিল তৃণমূল কংগ্ৰেছৰ নেত্ৰী গৰাকী ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি