৫ মেত শপত গ্ৰহন :মমতা হ’ব তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী…

৫ মেত শপত গ্ৰহন :মমতা হ’ব তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী…
  • তৃতীয় বাৰৰ বাবে মুখ্যৰূপে শপত ল'ব মমতা বেনাৰ্জীয়ে ।
  • ৫ মে'ত শপত ল'ব তৃণমূল কংগ্ৰেছৰ নেত্ৰী গৰাকীয়ে ।
  • ৬ মেত মমতা বেনাৰ্জীৰ মন্ত্ৰী সভাৰ শপত গ্ৰহন অনুষ্ঠিত হ'ব ।
  • মঙলবাৰে সন্ধিয়া ৰাজ্যপালক সাক্ষাৎ কৰে তৃণমূল নেত্ৰী গৰাকীয়ে ।
  • পশ্চিমবংগ বিধানসভা নিৰ্বাচনত ২১৩ খন আসন লাভ কৰে তৃণমূল কংগ্ৰেছে ।
  • অৱশ্যে নন্দীগ্ৰামত ১৯৫৬ টা ভোটত পৰাস্ত হৈছিল তৃণমূল কংগ্ৰেছৰ নেত্ৰী গৰাকী ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in