মোডীক সাক্ষাৎ কৰি মমতাই ক’লে- ‘নামানো ‘কা’, নামানো এনআৰচি…’

মোডীক সাক্ষাৎ কৰি মমতাই ক’লে- ‘নামানো ‘কা’, নামানো এনআৰচি…’
  • প্ৰধানমন্ত্ৰীক সাক্ষাৎ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।
  • মোডীক মমতা বেনাৰ্জীয়ে স্পষ্টকৈ ক'লে- 'কা' আৰু এনআৰচি মানি ল'ব নোৱাৰে পশ্চিম বংগ চৰকাৰে।
  • এনপিআৰৰ সন্দৰ্ভতো বিৰোধ মমতা বেনাৰ্জীৰ।
  • পশ্চিম বংগলৈ গৈছিল প্ৰধানমন্ত্ৰী মোডী।
  • ৰাজ ভৱনত সাক্ষাৎ হয় দুয়োগৰাকী নেতাৰ।
  • পশ্চিম বংগলৈ আৰ্থিক সাহায্যৰ দাবী মমতাৰ।
  • ৰাজ্যখনত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ সময়তে দুয়োগৰাকী নেতা মিলিত হয় ৰাজভৱনত।
  • শনিবাৰ আৰু দেওবাৰে পশ্চিম বংগতে থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in