শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

আজি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব মমতা বেনাৰ্জীয়ে…

409
  • বুধবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব মমতা বেনাৰ্জীয়ে ।
  • তৃতীয়বাৰ মুখ্যমন্ত্ৰী ৰূপে ৰাজভৱনত শপত ল’ব বংগ কন্যা মমতাই ।
  • কোভিডৰ পৰিস্থিতিৰ বাবে শপত গ্ৰহন অনুষ্ঠান ডাঙৰকৈ অনুষ্ঠিত কৰা নহয় ।
  • শপত গ্ৰহন অনুষ্ঠানত উপস্থিত থাকিব পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য, বিৰোধী দলৰ নেতা আব্দুল মান্নান আৰু চিপিআই(এম)ৰ জ্যেষ্ঠ নেতা বিমান বসু ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি