প্ৰধানমন্ত্ৰী মোডীয়ে বৃহস্পতিবাৰে আহ্বান জনোৱা বৈঠকত উপস্থিত নাথাকে মমতা…

369
  • দেশৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে অনুষ্ঠিত হ’ব প্ৰধানমন্ত্ৰী মোডীৰ বৈঠক ।
  • প্ৰধানমন্ত্ৰীয়ে আহ্বান কৰা এই বৈঠকত উপস্থিত নাথাকে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ।
  • বৃহস্পতি বাৰে সন্ধিয়া ৬.৩০ত অনুষ্ঠিত হ’ব এই বৈঠক।
  • দেশৰ কোভিড পৰিস্থিতি সম্পৰ্কে এই বৈঠকত কৰা হ’ব আলোচনা ।
  • দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ ।
  • বিগত ২৪ ঘন্টাত দেশত ১ লাখৰো অধিক লোক কোভিডত আক্ৰান্ত ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি