শেহতীয়া খবৰ
ৰাজ্যত আকৌ ১৯জন কোৰোনা পজিটিভ...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  উত্তৰাখণ্ডৰ গংগোত্ৰীৰ স্বামী অজয় যোগীৰ বটদ্ৰৱা থান দৰ্শন...  •  ধেমাজি গ্ৰন্থ উৎসৱ-২০২১ৰ ষষ্ঠ দিনৰ কাৰ্যসূচী...  •  চাউলখোৱাত অসম সাহিত্য সভাৰ সাংস্কৃতিক মৈত্ৰীবন্ধন আৰু ভাৱ বিনিময় অনুষ্ঠানৰ আয়োজন...  •  ধুবুৰী আৱৰ্ত ভৱনৰ সভাকক্ষত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকক উপহাৰ বিতৰণ কাৰ্যসূচী...  •  বিশিষ্ট সাহিত্যিক-সমাজ সেৱিকা এলী আহমেদলৈ ‘নেতাজী গৰিমা’ বঁটা...  •  উৰিয়ামঘাটত শিশু অপহৰণ, দুষ্ট চক্ৰ জড়িতৰ সন্দেহ আৰক্ষীৰ...  •  গৰৈমাৰী-সোণতলীত জি কে এছ প্ৰেছ ক্লাবৰ উদ্যোগত 'সাংবাদিকৰ সজাগতা যাত্ৰা'...

যোৰহাট মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰূপে ড০ মালিনী গোস্বামীক নিযুক্তি

782
  • অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য নিযুক্তি।
  • ড০ মালিনী গোস্বামীক অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰূপে নিযুক্তি দিয়া হৈছে।
  • বৰ্তমান তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকাৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল।
  • ১২ ছেপ্টেম্বৰ, ২০১৯ত এই সন্দৰ্ভত উচ্চ শিক্ষা বিভাগে জাৰি কৰিছে জাননী।
  • ৫ বছৰৰ বাবে যোৰহাটত থকা মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ৰূপে নিযুক্তি দিয়া হৈছে ড০ মালিনী গোস্বামীক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি