যোৰহাট মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰূপে ড০ মালিনী গোস্বামীক নিযুক্তি

যোৰহাট মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰূপে ড০ মালিনী গোস্বামীক নিযুক্তি
  • অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য নিযুক্তি।
  • ড০ মালিনী গোস্বামীক অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰূপে নিযুক্তি দিয়া হৈছে।
  • বৰ্তমান তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকাৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল।
  • ১২ ছেপ্টেম্বৰ, ২০১৯ত এই সন্দৰ্ভত উচ্চ শিক্ষা বিভাগে জাৰি কৰিছে জাননী।
  • ৫ বছৰৰ বাবে যোৰহাটত থকা মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ৰূপে নিযুক্তি দিয়া হৈছে ড০ মালিনী গোস্বামীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in