মহানগৰীৰ মালিগাঁৱৰ মাধৱদেৱ নগৰত অগ্নিকাণ্ড…

মহানগৰীৰ মালিগাঁৱৰ মাধৱদেৱ নগৰত অগ্নিকাণ্ড…
  • মহানগৰীৰ মালিগাঁৱৰ মাধৱদেৱ নগৰত অগ্নিকাণ্ড।
  • ৰাম কুমাৰ উপাধ্যায় নামৰ এজন লোকৰ বাসগৃহত জুইৰ সূত্ৰপাত।
  • জুইত ভস্মীভূত বাসগৃহটোৰ লগতে সা-সামগ্ৰী।
  • চিলিণ্ডাৰ বিস্ফোৰিত হৈ জুইৰ সূত্ৰপাতৰ সন্দেহ।
  • অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in