জালুকবাৰী আৰক্ষীৰ অভিযান, ২৫ লাখ টকাৰ সোন জব্দ…

জালুকবাৰী আৰক্ষীৰ অভিযান, ২৫ লাখ টকাৰ সোন জব্দ…
  • মহানগৰীৰ মালিগাঁৱত অপৰাধ শাখাৰ আৰু জালুকবাৰী আৰক্ষীৰ অভিযান।
  • অভিযানত জব্দ ৪৯৮ গ্ৰামৰ সোণৰ বিস্কুট সৈতে দুজন যুৱক।
  • ফাঁচী বজাৰৰ পৰা ঢেকীয়াজুলি লৈ গৈ থকা অৱস্থাত জালত পৰে তাপশ পাল আৰু ফ্ৰজুল হক।
  • এএছ১২ ভি ৫২৭৮ নম্বৰৰ বেলেনো বাহন লৈ আহিছিল দুই সৰবৰাহকাৰী।
  • জব্দকৃত সোণৰ বিস্কুটৰ মূল্য প্ৰায় ২৫ লাখ টকা।
  • সৰবৰাহকাৰী দুজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে জালুকবাৰী আৰক্ষী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in