শেহতীয়া খবৰ
ৰঞ্জন গগৈৰ উত্তৰাধিকাৰী, দেশৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ বোবডে কোন…  •  সংসদৰ শীতকালীন অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে কি ক’লে প্ৰধানমন্ত্ৰী মোডীয়ে... চাওঁক VIDEO  •  দেশৰ ৪৭সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেই, চাওক VIDEO  •  অভয়াপুৰীত বিজেপি কৰ্মীক হত্যা, দলঙৰ তলত উদ্ধাৰ মৃতদেহ...  •  পৰ পুৰুষৰে পত্নীৰ সম্পৰ্ক! কামপুৰত পত্নী-শহুৰৰ পৰিয়ালে বিহ খুৱাই হত্যা কৰাৰ সন্দেহ যুৱকক...  •  বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২জন  •  মহানগৰীত ৱৰ্ল্ড ডে অফ ৰিমেম্বাৰেঞ্চ উদযাপন, পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ  •  মহানগৰীত সেনাৰ সহযোগত বন বিভাগে পানী টেংকীৰ পৰা উদ্ধাৰ কৰিলে পোৱালিসহ এটা হাতী  •  পুৰণিগুদামত চোৰাং গৰু ভৰ্তি বাহন উদ্ধাৰ, চামগুৰি আৰক্ষী ভূমিকাত সন্দেহ স্থানীয় ৰাইজৰ  •  জম্মু-কাশ্মীৰৰ হীৰানগৰ চেক্টৰত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ

মহানগৰীৰ মালিগাঁৱত এ টি এম চোৰক আটক..

333

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ মালিগাঁৱত জালুকবাৰী আৰক্ষীয়ে এটা এটিএম চোৰক ৰবিবাৰে আটক কৰে। ধৃত চোৰটো মানৱ দাস বুলি আৰক্ষীয়ে সূত্ৰত প্ৰকাশ কৰে ।

উল্লেখ্য যে মালিগাঁওৰ এইছ ডি এফছি বেংকত কালি মাজনিশা ৰাস্তাত কোনো নথকাৰ সুযোগ লৈ চোৰটোৱে এটিএমটোত প্ৰৱেশ কৰি ভাঙি ছিঙি ধন লুট কৰিছিল যদিও আৰক্ষীয়ে অনুসন্ধান চলাই চোৰটোক আটক কৰিবলৈ সক্ষম হয়।

আনহাতে ধৃত চোৰটোৰ হাজোত বুলি সূত্ৰটোৱে জনায়। সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত চোৰটোক আটক কৰি সোধ পোছ অব্যাহত ৰাখিছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি