পুনৰ মালিগাঁৱত হত্যাকাণ্ড….

পুনৰ মালিগাঁৱত হত্যাকাণ্ড….
  • মাত্র এটা সপ্তাহতে মহানগৰীত সংঘটিত হত্যাকাণ্ড।
  • মালিগাঁৱত সংঘটিত হ'ল দ্বিতীয়টো ৰহস্যজনক হত্যাকাণ্ড।
  • উত্তৰ-পূব সীমান্ত ৰেলৱেৰ নির্মাণ মহাপ্রৱন্ধকৰ কার্যালয়তে উদ্ধাৰ হ'ল এগৰাকী কর্মচাৰীৰ মৃতদেহ।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
  • বৰ্তমানলৈ এই হত্যাকাণ্ড কোনে সংঘটিত কৰিছে সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই।
  • সমগ্ৰ ঘটনাক লৈ লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in