শেহতীয়া খবৰ
পুৰণিগুদামত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ শিল্পী দিৱস উদযাপন  •  চৰাইদেউত উদঙীয়া ম’হৰ আক্ৰমণত আহত এজন যুৱক  •  ঢকুৱাখনাৰ "শংকৰ মাধৱ ক্ষেত্ৰ"ৰ শিশু ভাওনা সমাৰোহত দৰ্শকৰ ব্যাপক সমাগম, দ্বিতীয় দিনা যোৰহাটৰ "সীতা হৰণ বালি বধ" ভাওনা প্ৰদৰ্শন  •  নিউ গোৱালপাৰাৰ শিল্পী দিৱসত কবি-সাহিত্যিক সমীন্দ্ৰ হুজুৰি, 'মানুহক এন্ধাৰৰ পৰা পোহৰলৈ অনাত যিয়ে শিল্পী মাধ্যমক ব্যৱহাৰ কৰিব পাৰে সিয়েই জনতাৰ শিল্পী'  •  দ্বিতীয়খন এদিনীয়াত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৩৬ ৰানৰ ব্যৱধানত জয়...  •  ওদালগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত-আহত ১  •  পৰ্যটন মহোৎসৱৰ দ্বিতীয় দিনটোত লোকে-লোকাৰণ্য ভৈৰৱকুণ্ড, দেশী-বিদেশী পৰ্যটকে সোৱাদ ল'লে বিভিন্ন জনগোষ্ঠীয় থলুৱা খাদ্য  •  আমাক এটা ৰাজনৈতিক দল লাগে, কিন্তু...  •  শোণিতপুৰৰ বৰছলাত ব্যতিক্ৰমীৰূপত শিল্পী দিৱস উদযাপন  •  দক্ষিন শালমাৰাৰ ফেৰছাঁটাৰীত ভূমি কেন্দ্ৰিক সংঘাতঃ জ্বলাই দিলে ঘৰ, পাঁচ লক্ষাধিক টকাৰ ক্ষতি

মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ৫ বছৰৰ বাবে কাৰাবাস, ভৰিব লাগিব ৫০ লাখ ডলাৰ জৰিমনা…

425

ডিজিটেল ডেস্কঃ মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল্লা য়ামীনক এক ধন লুণ্ঠনৰ ঘটনাৰ সৈতে জড়িত থকাৰ বাবে ৫ বছৰৰ কাৰাবাস খটাৰ ৰায় প্ৰদান কৰা হয়। লগতে তেওঁক প্ৰায় ৫০ লাখ ডলাৰৰ জৰিমনাও বিহা হৈছে।

স্থানীয় সংবাদমাধ্যমৰ বাতৰি অনুসৰি, মালদ্বীপৰ অপৰাধ ন্যায়ালয়ৰ ন্যায়াধীশ আলি ৰচিদে কয় যে, প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল্লা য়ামীন এই অভিযোগত দোষী প্ৰমাণিত হৈছে।

উল্লেখ্য যে, মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ওপৰত এটা ব্যক্তিগত কোম্পানীয়ে প্ৰায় ১০ লাখ ডলাৰ চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ কৰিছিল। অৱশ্যে তেওঁ এই সকলো অভিযোগ মিছা বুলি দাবী কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি