দৈজিঙত আজি থাইলেণ্ডৰ শিল্পীৰ অনুষ্ঠান, কাইলৈ আহিব মালাইকা আৰোৰা

দৈজিঙত আজি থাইলেণ্ডৰ শিল্পীৰ অনুষ্ঠান, কাইলৈ আহিব মালাইকা আৰোৰা

ডিজিটেল সংবাদ, বঙাইগাঁৱঃ চিৰাঙৰ আই নদীৰ পাৰত হাগ্ৰামা দলঙৰ কাষত যোৱা ২৭ ডিচেম্বৰৰ পৰা চলি থকা "দৈজিং মহোৎসৱ"ৰ আজি অষ্টম দিনত অনুষ্ঠান পৰিৱেশনৰ বাবে চিৰাঙত উপস্থিত হৈছে সুদুৰ থাইলেণ্ডৰ এটি নৃত্য দল৷

বৃহস্পতিবাৰে দুপৰীয়া চিৰাঙৰ উপস্থিত হোৱাৰ লগে লগে দলটোক আদৰণি জনায় আয়োজক সমিতিৰ হৈ খাম্ফা বৰগয়াৰীয়ে৷ সন্ধিয়া অনুষ্ঠান পৰিৱেশন কৰিব বিদেশৰ দলটিয়ে৷

ইপিনে ৪ জানুৱাৰীত 'দৈজিং মহোৎসৱ'ত অংশ ল'ব বলীউদৰ মহোময়ী অভিনেত্ৰী মালাইকা আৰোৰাই৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in