মানকাচৰত কংগ্ৰেছৰ প্ৰতিবাদ…

মানকাচৰত কংগ্ৰেছৰ প্ৰতিবাদ…
  • মানকাচৰৰ হাটশিঙিমাৰী জিলা উপায়ুক্তৰ সম্মুখত কংগ্ৰেছ কৰ্মীৰ ধৰ্ণা প্ৰতিবাদ।
  • পেট্ৰল, ডিজেলৰ দাম বৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ।
  • বিভিন্ন শ্লোগান দি জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদৰ আকাশ বতাহ কঁপাই তুলিছে কংগ্ৰেছী সকল।
  • মানকাচৰ আৰু ফেকামাৰী ব্লক কংগ্ৰেছৰ নেতৃত্বত চলি আছে এই প্ৰতিবাদ।
  • কংগ্ৰেছৰ এই প্ৰতিবাদত মানকাচৰৰ বিধায়ক ডাক্তৰ মতিউৰ ৰহমান মণ্ডল উপস্থিত আছে।
  • বৰ্তমানেও চলি আছে প্ৰতিবাদ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in