শেহতীয়া খবৰ
চন্দ্ৰপুৰত ‘পানী’ৰ নামত পানী হ’ল ৩৬৬ কোটি...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  অসমত ৬টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে : মন্ত্ৰী ৰঞ্জিত দাস...  •  অগ্ৰিম জামিন লাভ কৰি আৰক্ষী চকীত উপস্থিত জিষ্টৰ অধ্যক্ষ...  •  ছয়গাঁৱৰ গৰৈমাৰীত বিশেষভাৱে সক্ষম যুৱতী নিৰুদ্দেশ...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  মানকাচৰত আৰক্ষী-চিআৰপিএফৰ অভিযান, জব্দ বৃহৎ পৰিমানৰ গাঞ্জা...  •  ভাল খবৰঃ জামাইকাৰ বক্সাৰক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ সতীশ কুমাৰে...

মানকাচৰত কংগ্ৰেছৰ প্ৰতিবাদ…

  • মানকাচৰৰ হাটশিঙিমাৰী জিলা উপায়ুক্তৰ সম্মুখত কংগ্ৰেছ কৰ্মীৰ ধৰ্ণা প্ৰতিবাদ।
  • পেট্ৰল, ডিজেলৰ দাম বৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ।
  • বিভিন্ন শ্লোগান দি জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদৰ আকাশ বতাহ কঁপাই তুলিছে কংগ্ৰেছী সকল।
  • মানকাচৰ আৰু ফেকামাৰী ব্লক কংগ্ৰেছৰ নেতৃত্বত চলি আছে এই প্ৰতিবাদ।
  • কংগ্ৰেছৰ এই প্ৰতিবাদত মানকাচৰৰ বিধায়ক ডাক্তৰ মতিউৰ ৰহমান মণ্ডল উপস্থিত আছে।
  • বৰ্তমানেও চলি আছে প্ৰতিবাদ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি