অফলামুখ ঘাটেৰে ৰ’পেস্ক চলাৰ সময়সূচী সলনি…

অফলামুখ ঘাটেৰে ৰ’পেস্ক চলাৰ সময়সূচী সলনি…
  • অফলামুখ ঘাটেৰে ৰ'পেস্ক চলাৰ সময়সূচী সলনি।
  • আজিও অব্যাহত অভাৱনীয় পৰিবেশ।
  • কমলাবাৰী ফেৰী ঘাটত মাত্ৰ এখন ফেৰীহে চলিব।
  • পুৱা ৮ বজাত আৰু ১১.৩০ বজাত,৩ বজাত অফলামুখৰে চলিব ফেৰী।
  • স্থানীয় ৰাইজৰ মাজত ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়া।
  • চলিবলগীয়া ফেৰীসমূহৰ সময়সূচী এনেধৰণৰঃ

Ro pax:
Neamati to Aphalamukh
8:00 AM
11:30 AM
3:00 PM

Aphalamukh to Neamati:
8:00 AM
11:30 AM
3:00 PM

Kamalabari to Neamati:(MV Panei)
8:00 AM
1:00 PM

Neamati to Kamalabari:(Panei)
10:30 AM
3:30 PM

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in