পুনৰ আৰম্ভ হৈছে মাজুলী-নিমাতী ফেৰী সেৱা…

পুনৰ আৰম্ভ হৈছে মাজুলী-নিমাতী ফেৰী সেৱা…
  • মাজুলী-নিমাতী ফেৰী সেৱা পুনৰ আৰম্ভ।
  • ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস পোৱাৰ বাবে প্ৰশাসনে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।।
  •  ফেৰী ঘাটত পুৱা যাত্ৰীৰ ভিৰ ।
  • কোভিড প্ৰ'টকল মানি কেৱল দুচুকীয়া বাহনৰ অনুমতি প্ৰদান কৰিছে জিলা প্ৰশাসনে।।  
  • ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে বিগত ৫ দিন ধৰি বন্ধ হৈ আছিল ফেৰী সেৱা।
  •  মাজুলী কমলাবাৰী, অফলামুখ ঘাটৰ ফেৰী সমূহ মুকলি কৰি দিয়াত মাজুলীবাসীৰ কিছু সকাহ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in