মাজুলীৰ ঢেকেলী চাপৰিত উদ্ধাৰ হোৱা মৃতদেহ ডাঃ বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ…

মাজুলীৰ ঢেকেলী চাপৰিত উদ্ধাৰ হোৱা মৃতদেহ ডাঃ বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ…
  • নামনি মাজুলীৰ ঢেকেলী চাপৰিত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ।
  • এই মৃতদেহটো নিমাতিঘাটৰ নাওঁ দুৰ্ঘটনাৰ পৰা সন্ধানহীন হৈ থকা যোৰহাটৰ চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ কৰা হৈছে।
  • এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ যৌথ অভিযানত মৃতদেহতো উদ্ধাৰ কৰা হয়।
  • কলা চাৰ্ট পৰিহিত মৃতদেহতো চিকিৎসকগৰাকীৰে বুলি বৰ্তমানলৈকে নিশ্চিত হোৱা নাই।
  • পৰিয়ালৰ লোকে চিনাক্ত কৰাৰ পিছতহে এই আনুষ্ঠানিকতা সম্পন্ন হব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in