শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুঁটিত কি হৈ আছে !  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব

মাজুলীৰ ঢেকেলী চাপৰিত উদ্ধাৰ হোৱা মৃতদেহ ডাঃ বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ…

  • নামনি মাজুলীৰ ঢেকেলী চাপৰিত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ।
  • এই মৃতদেহটো নিমাতিঘাটৰ নাওঁ দুৰ্ঘটনাৰ পৰা সন্ধানহীন হৈ থকা যোৰহাটৰ চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ কৰা হৈছে।
  • এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ যৌথ অভিযানত মৃতদেহতো উদ্ধাৰ কৰা হয়।
  • কলা চাৰ্ট পৰিহিত মৃতদেহতো চিকিৎসকগৰাকীৰে বুলি বৰ্তমানলৈকে নিশ্চিত হোৱা নাই।
  • পৰিয়ালৰ লোকে চিনাক্ত কৰাৰ পিছতহে এই আনুষ্ঠানিকতা সম্পন্ন হব।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি