প্ৰশাসনৰ কঠোৰ নিৰ্দেশনাঃ দুয়োপালি ভেকচিন নোলোৱা ব্যক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰিব মাজুলীত…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ।
  • ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী জিলা প্ৰশাসনে দিছে কঠোৰ নিৰ্দেশনা।
  • দুয়োপালি ভেকচিন লোৱা ব্যক্তিয়েহে মাজুলীত প্ৰৱেশ কৰিব পাৰিব।
  • নদীদ্বীপটোত বাধ্যতামূলক মাস্ক, সামাজিক দূৰত্ব বাধ্যতামূলক কৰিছে মাজুলী প্ৰশাসনে।
  • অমিক্ৰ'নৰ পৰা মাজুলীক ৰক্ষা কৰাৰ বাবে জিলা প্ৰশাসনে হাতত লৈছে এই কঠোৰ ব্যৱস্থা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in