মাজুলীৰ নতুন উপায়ুক্ত হিচাপে পুলক মহন্তক নিযুক্তি…

মাজুলীৰ নতুন উপায়ুক্ত হিচাপে পুলক মহন্তক নিযুক্তি…
  • দুৰ্গাপূজাৰ মাজতে মাজুলীৰ প্রশাসনিক ব্যৱস্থাত সাল-সলনি।
  • মাজুলীৰ নতুন উপায়ুক্ত হিচাপে নিযুক্তি পুলক মহন্তক।
  • গুৱাহাটী পৌৰ নিগমত অতিৰিক্ত আয়ুক্ত হিচাপে কৰ্মৰত আছিল মহন্ত।
  • মাজুলীৰ পূৰ্বৰ উপায়ুক্তক বিক্রম কৈৰীক P&RDৰ আয়ুক্ত নিযুক্তি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in