মাজুলীত ফুলনিত এজনৰ হত্যাকাণ্ড…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • মাজুলীৰ ফুলনিত ভয়ংকৰ হত্যা কাণ্ড।
  • অনন্ত শইকীয়া নামৰ এজন লোকক হত্যা।
  • ইফালে, গুৰুতৰভাৱে আহত আন এজন লোক।
  • আহত দিলীপ দত্তক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
  • আনহাতে, হত্যাৰ অভিযোগ উত্থাপন হৈছে সত্যজিৎ দত্তৰ বিৰুদ্ধে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in