Published on:
Updated on:
- মাজুলীৰ বিশিষ্ট বৈষ্ণব পণ্ডিত দ্ৰোণ ভাগৱতীৰ বিয়োগ।
- গুৱাহাটীৰ নেমকেয়াৰ হাস্পাতালে মঙ্গলবাৰে পুৱা তেওৰ মৃত্যু হয়।
- মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল ভাগৱতী।
- মঙ্গলবাৰে পুৱতি নিশা গুৱাহাটীস্থিত পুত্ৰ গৃহৰ পৰা হাস্পতাললৈ নিয়া হৈছিল।
- মৃত্যুৰ সময়ত ভাগৱতীৰ বয়স আছিল ৯৩ বছৰ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in