দক্ষীণপাট পক্ষী বিচৰণ ক্ষেত্ৰত বিহ দি পক্ষী নিধন..

দক্ষীণপাট পক্ষী বিচৰণ ক্ষেত্ৰত বিহ দি পক্ষী নিধন..
  • মাজুলী দক্ষিণপাট পক্ষী বিচৰণ ক্ষেত্রত পক্ষী নিধন।
  • দুষ্ট চক্ৰই ধাৰাবাহিক নিধন কৰিছে বনৰীয়া পক্ষী।
  • পক্ষী বিচৰণ ক্ষেত্ৰত বিহ দি নিধন কৰিছে বনৰীয়া পক্ষী।
  • দক্ষিণপাটত বিষাক্ত ঘাহ খাই কেবাটাও গৰুও ইতিমধ্যে মৃত্যু মূখত পৰিছে ।
  • বন বিভাগক স্থানীয় লোকে খবৰ দিয়াৰ পাছটো গুৰুত্ব নিদিয়াৰ অভিযোগ।
  • আজিও স্থানীয় এগৰাকী মহিলাই উদ্ধাৰ কৰে এটা ৰাজ হাঁহ ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in