শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

দক্ষীণপাট পক্ষী বিচৰণ ক্ষেত্ৰত বিহ দি পক্ষী নিধন..

  • মাজুলী দক্ষিণপাট পক্ষী বিচৰণ ক্ষেত্রত পক্ষী নিধন।
  • দুষ্ট চক্ৰই ধাৰাবাহিক নিধন কৰিছে বনৰীয়া পক্ষী।
  • পক্ষী বিচৰণ ক্ষেত্ৰত বিহ দি নিধন কৰিছে বনৰীয়া পক্ষী।
  • দক্ষিণপাটত বিষাক্ত ঘাহ খাই কেবাটাও গৰুও ইতিমধ্যে মৃত্যু মূখত পৰিছে ।
  • বন বিভাগক স্থানীয় লোকে খবৰ দিয়াৰ পাছটো গুৰুত্ব নিদিয়াৰ অভিযোগ।
  • আজিও স্থানীয় এগৰাকী মহিলাই উদ্ধাৰ কৰে এটা ৰাজ হাঁহ ।