মাজুলীত পুনৰ অঘটনঃ ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ এজনৰ…

মাজুলীত পুনৰ অঘটনঃ ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ এজনৰ…
  • মাজুলীত পুনৰ অঘটন।
  • ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে।
  • নিমাতী ঘাটৰ পৰা মাজুলী কমলাবাৰী ঘাটলৈ আহি আছিল ফেৰীখন।
  • ব্ৰহ্মপুত্ৰত জাপ দিয়া লোকজনে আত্মহত্যা কৰাৰ সন্দেহ।
  • পিন্ধি থকা লাইফ জেকেট খুলি পানীত জাপ দিয়ে ব্যক্তিগৰাকীয়ে।
  • এতিয়ালৈকে সন্ধান ওলোৱা নাই ব্যক্তি গৰাকীৰ।
  • ডিগাৰু নামৰ ফেৰীখনৰ পৰা জাপ দিছিল ব্যক্তিজনে।
  • ব্যক্তিজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in