শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২৫৯৫জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৫৪৫৩জনলৈ পাইছে বৃদ্ধি...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  এইমছৰ পৰা ঘৰলৈ উভতিল অমিত শ্বাহ...  •  সঁচা কথা লুকাই নাথাকে! দিল্লীলৈ দৌৰিলে হিমন্ত-সৰ্বানন্দ...  •  গোৱালপাৰাত আৰক্ষী বিষয়াৰ গুণ্ডাৰাজ! গহণা চুৰিৰ সন্দেহত নিৰীহ যুৱকক পাশৱিক নিৰ্যাতন...  •  প্ৰধানমন্ত্ৰীৰ জন্মদিনৰে সংগতি ৰাখি "সেৱা সপ্তাহ" উপলক্ষে বটদ্ৰৱাত স্বচ্ছতা অভিযান...  •  ভাৰত-নাগা সংঘাতৰ মিমাংসাত অন্তৰ্ভূক্ত হ’ব লাগিব নগাৰ পতাকা আৰু সংবিধানৰ বিষয়: এন এছ চি এন (আই এম)  •  নগাঁৱৰ হয়বৰগাঁৱত কেঁকো সাপসহ ৫ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...  •  অৰুণাচলত জলপ্ৰলয়! পাহাৰ খহি পৰিল নদীত... VIDEO

উখল-মাখল নদীদ্বীপ মাজুলী! ঐতিহ্যমণ্ডিত ভাওনা সমাৰোহৰ সম্পূৰ্ণ প্ৰস্তুতি… VIDEO

180

ডিজিটেল সংবাদ, মাজুলীঃ মাজুলী আউনীআটী সত্ৰৰ উদ্যোগত অহা ১৯ জানুৱাৰী, ২০২০ৰ পৰা মণিকাঞ্চন ৰংগ ক্ষেত্ৰত অনুষ্ঠিত হ’ব অসম ভাওনা সমাৰোহ।সমাৰোহৰ উপলক্ষে উদযাপন সমিতিয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

দুই হাজাৰ নামলগোৱাই নাম পৰিবেশনৰে শুভাৰম্ভ হ’ব লগা সমাৰোহত অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ ২৮খন ভাওনা পৰিবেশন কৰা হ’ব।এই সমাৰোহৰ লগত সংগতি ৰাখি মাজুলীৰ প্ৰধান উৎসৱ ৰাস মহোৎসৱ, কাতি বিহুৰ আকাশ বন্তি উৎসৱৰ প্ৰতীক প্ৰদৰ্শন, মহিলা-শিশুৰ ভাওনাৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি