চোকা অস্ত্ৰৰে একেটা পৰিয়ালৰ ৩জনক আক্ৰমণ, মাজুলীত চাঞ্চল্য

চোকা অস্ত্ৰৰে একেটা পৰিয়ালৰ ৩জনক আক্ৰমণ, মাজুলীত চাঞ্চল্য
  • মাজুলীৰ কেকুৰী পমুৱাত লোমহৰ্ষক হত্যাকাণ্ড।
  • একেটা পৰিয়ালৰে তিনিজনক চোকা অস্ত্ৰৰে ঘপিয়ালে এজন লোকে।
  • চোকা অস্ত্ৰৰে তিনিজনক আক্ৰমণ কৰাৰ অভিযোগ মণি পেগু নামৰ লোকজনৰ বিৰুদ্ধে।
  • ঘটনাত থিতাতে প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই।
  • নিহত মহিলাগৰাকীৰ নাম পল্লৱী পেগু।
  • ইফালে গুড়িতৰভাৱে আহত হয় মহিলাগৰাকীৰ দুই পুত্ৰ।
  • গুৰুতৰভাৱে আহত দুই পুত্ৰ ক্ৰমে জ্ঞানী পেগু আৰু নীৰন পেগু।
  • ৰাইজে আটক কৰে অভিযুক্ত মণি পেগুক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in