অসমৰ পৰা দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বুল্লি বাঈ এপৰ মূল অভিযুক্তক…

অসমৰ পৰা দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বুল্লি বাঈ এপৰ মূল অভিযুক্তক…
  • বহু বিতৰ্কিত বুল্লি বাঈ এপৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ।
  • যুৱতী-মহিলাৰ দৰ-দাম চলোৱা এই এপৰ লগত জড়িত আছিল নীৰজ বিষ্ণই নামৰ এজন যুৱক।
  • অসমৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ২১ বছৰীয়া নীৰজক।
  • নীৰজৰ ঘৰ যোৰহাট নগৰত।
  • দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নীৰজক।
  • যোৰহাটস্থিত নিজা বাসগৃহৰ পৰাই নীৰজক গ্ৰেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে।
  • ইতিমধ্যে মুম্বাইৰ লগতে দেশৰ আন আন প্ৰান্তৰ পৰা আৰক্ষীয়ে বুল্লি বাঈ এপৰে জড়িত আন আন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।
  • সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
  • আৰক্ষীৰ তদন্তত আৰু বহু ব্যক্তি আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in