Published on:
Updated on:
- উলেমা-ই-হিন্দৰ সদস্য মহম্মদ মাডানীয়ে কাশ্মীৰ সন্দৰ্ভত কৰিলে মন্তব্য।
- মহম্মদ মাডানীয়ে সংবাদমাধ্যমৰ আগত কয়-
- 'কাশ্মীৰ আমাৰ আৰু সদায় আমাৰ হৈয়ে থাকিব।'
- 'কাশ্মীৰ ভাৰতৰ অভিন্ন অংগ।'
- 'পাকিস্তানে সমগ্ৰ বিশ্বৰ পৰা জম্মু-কাশ্মীৰ সন্দৰ্ভত সহায়-সহযোগ বিচাৰিছে।'
- 'লগতে মন্তব্য কৰিছে যে, ভাৰতৰ মুছলমান সকলে দেশৰ বিৰোধিতা কৰিছে।'
- 'আমি পাকিস্তানৰ এনে ধৰণৰ মন্তব্যক গৰিহণা জনাইছো।'
Code:
Asomiya Pratidin
www.asomiyapratidin.in