শেহতীয়া খবৰ
গুৰুতৰভাৱে অসুস্থ অখিল গগৈক কাৰাগাৰৰ পৰা প্ৰেৰণ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ...  •  উন্নাও বলাৎকাৰ কাণ্ডৰ নিৰ্যাতিতাৰ পিতৃৰ হত্যা গোচৰ, শনিবাৰে আদালতে প্ৰদান কৰিব ৰায়...  •  অশান্ত দিল্লীৰ ভিডিঅ’ হোৱাটছএপত কাৰোবালৈ প্ৰেৰণ কৰিছিল নেকি? ব্যৱস্থা ল’ব আৰক্ষীয়ে...  •  কৰ্কট ৰোগত আক্ৰান্ত শিশুসকলক লৈ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ব্যতিক্ৰমী প্ৰচেষ্টা...  •  পাকিস্তানী সেনাক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ অভিকেন্দ্ৰ আখ্যা দি কোনে আঁৰিলে পোষ্টাৰ…  •  ‘জুবিন গাৰ্গ মৰিলেও ভাল’ বুলি কৈ ৰোষত পৰিল নীৰৱ হাজৰিকা, মাতৃয়ে বিচাৰিলে ক্ষমা  •  শনিবাৰে স্বাক্ষৰিত হ’ব আমেৰিকা-তালিবানৰ মাজৰ শান্তি চুক্তি, ভাৰত হ’ব সাক্ষী  •  পুৱাই ভূমিকম্পৰ জোকাৰণি...  •  জনসভাৰ মঞ্চত শাৰী পাতি মন্ত্ৰীয়ে চোবালে চিকেন লেগ পিছ, কিয়…  •  মেঘালয়ত বৃদ্ধি পাইছে উত্তেজনাঃ 'কা' বিৰোধী আৰু সমৰ্থকৰ মাজত হোৱা সংঘৰ্ষত মৃত্যু ছাত্ৰ নেতা...

কাশ্মীৰ আমাৰ আছিল আৰু সদায় আমাৰ হৈয়ে থাকিবঃ মহম্মদ মাডানী… VIDEO

928
  • উলেমা-ই-হিন্দৰ সদস্য মহম্মদ মাডানীয়ে কাশ্মীৰ সন্দৰ্ভত কৰিলে মন্তব্য।
  • মহম্মদ মাডানীয়ে সংবাদমাধ্যমৰ আগত কয়-
  • ‘কাশ্মীৰ আমাৰ আৰু সদায় আমাৰ হৈয়ে থাকিব।’
  • ‘কাশ্মীৰ ভাৰতৰ অভিন্ন অংগ।’
  • ‘পাকিস্তানে সমগ্ৰ বিশ্বৰ পৰা জম্মু-কাশ্মীৰ সন্দৰ্ভত সহায়-সহযোগ বিচাৰিছে।’
  • ‘লগতে মন্তব্য কৰিছে যে, ভাৰতৰ মুছলমান সকলে দেশৰ বিৰোধিতা কৰিছে।’
  • ‘আমি পাকিস্তানৰ এনে ধৰণৰ মন্তব্যক গৰিহণা জনাইছো।’
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি