শ্ৰীলংকাৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ল মহিন্দা ৰাজাপাকছা…

শ্ৰীলংকাৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’ল মহিন্দা ৰাজাপাকছা…
  • মহিন্দা ৰাজাপাকছা শ্ৰীলংকাৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী।
  • বৃহস্পতিবাৰে শপতগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
  • মহিন্দা ৰাজাপাকছা হৈছে দেশখনৰ ৰাষ্ট্ৰপতি গোটাভায়া ৰাজাপাকছাৰ ভাতৃ।
  • পূবৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰাৰ পিছতে বুধবাৰে মহিন্দা ৰাজাপাকছাৰ নাম প্ৰস্তাৱ কৰা হৈছিল।
  • তেওঁ শ্ৰীলংকাৰ পৰা কম বয়সতে সংসদলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী নেতা।
  • ২৪ বছৰ বয়সতে ৰাজাপাকাছা ১৯৭০ চনত সংসদলৈ নিৰ্বাচিত হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in