এইবাৰ কেবিনেট মন্ত্ৰী ৰূপে শপত ল’লে মহেন্দ্ৰ নাথ পাণ্ডেয়ে

এইবাৰ কেবিনেট মন্ত্ৰী ৰূপে শপত ল’লে মহেন্দ্ৰ নাথ পাণ্ডেয়ে
  • কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ ড০ মহেন্দ্ৰ নাথ পাণ্ডেৰ।
  • উত্তৰ প্ৰদেশৰ চান্দুলী সমষ্টিৰ সাংসদ তেওঁ।
  • মানৱ বিকাশ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী আছিল পূৰ্বে।
  • উত্তৰ প্ৰদেশৰ বিজেপিৰ অধ্যক্ষ ৰূপেও কাৰ্যনিৰ্বাহ কৰি আছে তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in