মহাৰাষ্ট্ৰৰ ফুটব্ৰীজ খহি পৰা ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

মহাৰাষ্ট্ৰৰ ফুটব্ৰীজ খহি পৰা ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্কঃ

মহাৰাষ্ট্ৰৰ চি এছ এম টি ৰেলৱে ষ্টেচনৰ সমীপত থকা ফুটব্ৰীজ খহি পৰা ঘটনাত নিহত হৈছিল ৬জনকৈ পথচাৰী। এই ঘটনাত আহত হৈছিল আন কেবাজনো। শুকুৰবাৰৰ পুৱাই ঘটনাস্থলীত পৰিদৰ্শন কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰনৱিজে।

আহত সকলৰ ১০জনৰ অৱস্থা সংকটজনক। মুখ্যমন্ত্ৰীগৰাকীয়ে এই ঘটনা সন্দৰ্ভত উচ্চপৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে মুম্বাই আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in