শেহতীয়া খবৰ
অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ জিঞ্জিৰামত মহিলাৰ মৃতদেহ উদ্ধাৰ, স্বামীয়ে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ  •  গোলাঘাটৰ নাওজানত ডিটেনচন কেম্পলৈ প্ৰেৰণ এজনক  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  গোৱালপাৰাত লোমহৰ্ষক হত্যাকাণ্ড, মাতৃ-পুত্ৰৰ চিন্ন মৃতদেহ উদ্ধাৰ  •  প্ৰায় ৫০ কিলোগ্ৰাম গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ ৰৌতা আৰক্ষীৰ  •  ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল গুৱাহাটীৰ ৰেষ্টুৰেন্ট ‘পিয়াজ্জা’, লাভ কৰিলে বেষ্ট ইটালিয়েন ৰেষ্টুৰেন্ট অৱ দ্য ইয়েৰ-ইষ্ট বঁটা...  •  চিবিআইৰ জিম্মাত পি চিদাম্বৰাম, প্ৰতিক্ৰিয়া ব্যক্ত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ...  •  ন্যায়ালয়ৰ অনুমতি, ৫ দিনৰ বাবে চিবিআইৰ জিম্মাত থাকিব পি চিদাম্বৰাম...  •  ৰাজ্যিক পৰ্যায়ৰ কৃতী শিক্ষয়ত্ৰী বঁটাৰ বাবে মনোনিত মাৰ্ঘেৰিটাৰ অৰ্চনা বৰুৱা

মহাৰাষ্ট্ৰৰ ফুটব্ৰীজ খহি পৰা ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

61

ডিজিটেল ডেস্কঃ

মহাৰাষ্ট্ৰৰ চি এছ এম টি ৰেলৱে ষ্টেচনৰ সমীপত থকা ফুটব্ৰীজ খহি পৰা ঘটনাত নিহত হৈছিল ৬জনকৈ পথচাৰী। এই ঘটনাত আহত হৈছিল আন কেবাজনো। শুকুৰবাৰৰ পুৱাই ঘটনাস্থলীত পৰিদৰ্শন কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰনৱিজে।

আহত সকলৰ ১০জনৰ অৱস্থা সংকটজনক। মুখ্যমন্ত্ৰীগৰাকীয়ে এই ঘটনা সন্দৰ্ভত উচ্চপৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে মুম্বাই আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি