মহাৰাষ্ট্ৰৰ ৫ জিলাত বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮লৈ বৃদ্ধি…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • মহাৰাষ্ট্ৰত অপৰিৱৰ্তিত বান পৰিস্থিতি।
  • ৰাজ্যখন ৫ জিলা ক্ৰমে- ছাংগলী, কোলহাপুৰ, ছাটাৰা, পুনে আৰু ছোলাপুৰত বানৰ তাণ্ডৱ অব্যাহত।
  • বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮জনলৈ বৃদ্ধি।
  • ইফালে, ৩ জন লোক বৰ্তমানেও সন্ধানহীন হৈ আছে।
  • উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in