বিজেপি নেতা আটক, বিক্ৰীৰ বাবে আনিছিল বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ…

বিজেপি নেতা আটক, বিক্ৰীৰ বাবে আনিছিল বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ…

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত জব্দ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। বিজেপি নেতা ধনঞ্জয় কুলকৰ্ণীৰ পৰা জব্দ কৰা হয় এই অস্ত্ৰ-শস্ত্ৰসমূহ।

মহাৰাষ্ট্ৰৰ থানেৰ ক্ৰাইম ব্ৰাঞ্চৰ ডিচিপি দীপক দেৱৰাজে এই সন্দৰ্ভত কয়- 'আমি তেওঁৰ পৰা জব্দ কৰা এই অস্ত্ৰ-শস্ত্ৰসমূহ। তেওঁ এই অস্ত্ৰসমূহ ক'লা বজাৰৰ পৰা ক্ৰয় কৰি বিক্ৰীৰ বাবে ইয়ালৈ আনিছিল বুলিও আমাক জানিবলৈ দিছে। লগত আমি সোধা-পোছাও অব্যাহত ৰাখিছো আৰু তদন্ত চলাই আছো।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in