মহাৰাষ্ট্ৰত কোভিড চিকিৎসালয়ত অগ্নিকাণ্ড,১৩ জন ৰোগীৰ মৃত্যু…

মহাৰাষ্ট্ৰত কোভিড চিকিৎসালয়ত অগ্নিকাণ্ড,১৩ জন ৰোগীৰ মৃত্যু…
  • মহাৰাষ্ট্ৰত কোভিড চিকিৎসালয়ত অগ্নিকাণ্ড ।
  • শুকুৰবাৰে ৰাতিপুৱা ৩ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড ।
  • বিজয় বল্লভ কোভিড কেয়াৰ হস্পিটেল সংঘটিত হয় অগ্নিকাণ্ড ।
  • অগ্নিকাণ্ডটোৰ ফলত ১৩ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।
  • চিকিৎসালয় খনৰ আইচিইউত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ।
  • আগ্নিকাণ্ডৰ ফলত ২১ জন কোভিড ৰোগীক আন এখন হস্পিতাললৈ স্থানান্তৰ কৰা হৈছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in