শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

মহাৰাষ্ট্ৰত কোভিড চিকিৎসালয়ত অগ্নিকাণ্ড,১৩ জন ৰোগীৰ মৃত্যু…

189
  • মহাৰাষ্ট্ৰত কোভিড চিকিৎসালয়ত অগ্নিকাণ্ড ।
  • শুকুৰবাৰে ৰাতিপুৱা ৩ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড ।
  • বিজয় বল্লভ কোভিড কেয়াৰ হস্পিটেল সংঘটিত হয় অগ্নিকাণ্ড ।
  • অগ্নিকাণ্ডটোৰ ফলত ১৩ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।
  • চিকিৎসালয় খনৰ আইচিইউত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ।
  • আগ্নিকাণ্ডৰ ফলত ২১ জন কোভিড ৰোগীক আন এখন হস্পিতাললৈ স্থানান্তৰ কৰা হৈছে ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি