মুম্বাইত খহি পৰিল ফুট ব্ৰীজ, মৃত্যুৰ সংখ্যা ৬ জনলৈ বৃদ্ধি…

মুম্বাইত খহি পৰিল ফুট ব্ৰীজ, মৃত্যুৰ সংখ্যা ৬ জনলৈ বৃদ্ধি…

  • মুম্বাইৰ চিএছটি ৰে'লৱে ষ্টেচনত ফুটব্ৰীজ খহি ৬জনৰ মৃত্যু।
  • আন ৩২জন লোক আহত হৈছে এই ঘটনাত।
  • আহতসকলক ভৰ্তি কৰোৱা হৈছে ছেইণ্ট জৰ্জ হাস্পতালত।
  • বৃহস্পতিবাৰে নিশা খহি পৰে ফুটব্ৰীজখনৰ এটা বৃহৎ অংশ।
  • এই ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰনবিছ।
  • আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে।
  • ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • এই ঘটনাত দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও।
  • ইফালে, নিহতৰ পৰিয়াললৈ ৫ লাখ আৰু আহতসকললৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ফাৰনবিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in