শেহতীয়া খবৰ
গৃহকন্দল! মোডীভক্ত পিতৃয়ে কংগ্ৰেছৰ টিকট লাভ কৰা পুত্ৰক কৰিলে 'ত্যাজ্যপুত্ৰ’  •  ৭ আলফা (স্বাঃ)ৰ কেডাৰে আৰক্ষীক চমজালে কি কি অস্ত্ৰ-শস্ত্ৰ, চাওক VIDEO  •  শিৱসেনাৰ ভৱিষ্যৎবাণী- ২০১৯ত ২১০ খন আসন লাভ কৰিব বিজেপিয়ে  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...  •  বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহত, বিলম্ব হ’ব প্ৰাৰ্থী তালিকা ঘোষণাত  •  বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহত, বিলম্ব হ’ব প্ৰাৰ্থী তালিকা ঘোষণাত  •  যোৰহাটত ১৪৪ ধাৰা জাৰি, দুচকীয়া বাহনত দুজন লোক উঠাত নিষেধাজ্ঞা প্ৰশাসনৰ  •  আছু এৰি বুধবাৰে অগপত যোগ দিব মণিমাধৱ মহন্তই  •  'অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্ক'ৰ বাতৰিৰ পাছতে কিয় হাহাকাৰ লাগিল জনতা ভৱনত... VIDEO

মুম্বাইত খহি পৰিল ফুট ব্ৰীজ, মৃত্যুৰ সংখ্যা ৬ জনলৈ বৃদ্ধি…

31
  • মুম্বাইৰ চিএছটি ৰে’লৱে ষ্টেচনত ফুটব্ৰীজ খহি ৬জনৰ মৃত্যু।
  • আন ৩২জন লোক আহত হৈছে এই ঘটনাত।
  • আহতসকলক ভৰ্তি কৰোৱা হৈছে ছেইণ্ট জৰ্জ হাস্পতালত।
  • বৃহস্পতিবাৰে নিশা খহি পৰে ফুটব্ৰীজখনৰ এটা বৃহৎ অংশ।

  • এই ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰনবিছ।
  • আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে।
  • ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

  • এই ঘটনাত দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও।
  • ইফালে, নিহতৰ পৰিয়াললৈ ৫ লাখ আৰু আহতসকললৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ফাৰনবিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি