কি হ’ব মহাৰাষ্ট্ৰৰ? আন এগৰাকী বিধায়ক উপস্থিত গুৱাহাটীত…

কি হ’ব মহাৰাষ্ট্ৰৰ? আন এগৰাকী বিধায়ক উপস্থিত গুৱাহাটীত…
  • গুৱাহাটীত উপস্থিত মহাৰাষ্ট্রৰ আন এগৰাকী মন্ত্রী।
  • দেওবাৰে সন্ধিয়া ভাগত উপস্থিত হয় মন্ত্ৰী গৰাকী।
  • বিশেষ বিমানেৰে চুৰাটৰ পৰা বৰঝাৰত উপস্থিত মন্ত্রীগৰাকী।
  • গুৱাহাটীত উপস্থিত উদ্ধৱ থাকৰেৰ সহযোগী মন্ত্রী উদয় সামান্ত।
  • উদয় সামান্তৰ লগত আহে আন ৩ গৰাকী শিৱসেনাৰ নেতা।
  • লগত আহে প্রদীপ ধাৱাল, প্রসাদ কাৰাণ্ডে, যোগেশ মহাঙ্গদে।
  • বিমান বন্দৰৰ পৰা আটাইকেইগৰাকী ৰাওনা ৰেডিছন ব্লুললৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in