প্ৰতি সপ্তাহত ২ দিনকৈ ছুটী পাব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়েঃ কেবিনেটত সিদ্ধান্ত গ্ৰহণ…

প্ৰতি সপ্তাহত ২ দিনকৈ ছুটী পাব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়েঃ কেবিনেটত সিদ্ধান্ত গ্ৰহণ…
  • মহাৰাষ্ট্ৰৰ চৰকাৰী কৰ্মচাৰীলৈ চৰকাৰৰ বিশেষ সকাহ।
  • এতিয়াৰে পৰা প্ৰতি সপ্তাহত ২ টাকৈ দিন ছুটী পাব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে।
  • সপ্তাহত ৫ দিনহে কাম কৰিব পাৰিব কৰ্মচাৰীসকলে।
  • বুধবাৰে উদ্ধৱ থাকৰে চৰকাৰৰ কেবিনেটে লয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
  • ২ দিনৰ ছুটীৰ পৰিৱৰ্তে প্ৰতিদিনাই ৪৫ মিনিট অধিককৈ কাম কৰিব লাগিব কৰ্মচাৰীসকলে।
  • চলিত বৰ্ষৰ ২৯ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম।
  • উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০১৯ বৰ্ষত চিক্কিম চৰকাৰেও লৈছিল এই সিদ্ধান্ত।
  • চিক্কিমৰ কৰ্মচাৰীসকলেও সপ্তাহত দুদিন ছুটী লাভ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in