শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...

প্ৰতি সপ্তাহত ২ দিনকৈ ছুটী পাব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়েঃ কেবিনেটত সিদ্ধান্ত গ্ৰহণ…

13,346
  • মহাৰাষ্ট্ৰৰ চৰকাৰী কৰ্মচাৰীলৈ চৰকাৰৰ বিশেষ সকাহ।
  • এতিয়াৰে পৰা প্ৰতি সপ্তাহত ২ টাকৈ দিন ছুটী পাব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে।
  • সপ্তাহত ৫ দিনহে কাম কৰিব পাৰিব কৰ্মচাৰীসকলে।
  • বুধবাৰে উদ্ধৱ থাকৰে চৰকাৰৰ কেবিনেটে লয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
  • ২ দিনৰ ছুটীৰ পৰিৱৰ্তে প্ৰতিদিনাই ৪৫ মিনিট অধিককৈ কাম কৰিব লাগিব কৰ্মচাৰীসকলে।
  • চলিত বৰ্ষৰ ২৯ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিয়ম।
  • উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০১৯ বৰ্ষত চিক্কিম চৰকাৰেও লৈছিল এই সিদ্ধান্ত।
  • চিক্কিমৰ কৰ্মচাৰীসকলেও সপ্তাহত দুদিন ছুটী লাভ কৰে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি