ভয়ংকাৰ পথ দুৰ্ঘটনা : শিশু সহ ৫ জন লোক নিহত, আহত ৮ জন…

164
  • দেওবাৰে নিশা এক ভয়াবহ দুৰ্ঘটনা সংঘটিত হয় ।
  • মহাৰাষ্ট্ৰৰ বিড-পাৰলী ঘাইপথত ট্ৰাক আৰু অট’ৰিক্সাৰ মাজত এক মুখামুখী সংঘৰ্ষ হয় ।
  • এই দুৰ্ঘটনাৰ ফলত ৫ জন লোক নিহত হোৱাৰ লগতে ৮ গৰাকী লোক গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হ’ব।
  • অটোৰিক্সাক খুন্দোৱাৰ লগতে মটৰ চাইকেল আৰু এখন বাহনক খুন্দা মৰাৰ ফলত পুখুৰীত পৰি যায়।
  • এই দুৰ্ঘটনাত দুগৰাকী শিশুও নিহত হয় বুলি আৰক্ষীয়ে জানিব দিয়ে ।
  • আহতসকলক বিড সাদৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ।
  • আনহাতে গুৰুতৰ ভাবে আহত সকলক ঔৰঙ্গাবাদলৈ প্ৰেৰণ কৰা হৈছে ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি