মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তুকাৰাম দিঘোলেৰ দেহাৱসান

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তুকাৰাম দিঘোলেৰ দেহাৱসান
  • মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তুকাৰাম দিঘোলেৰ দেহাৱসান।
  • শনিবাৰে নাছিকৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে তুকাৰাম দিঘোলেয়ে।
  • দীৰ্ঘদিন ধৰি স্বাস্থ্যৰ অসুস্থতাৰ বাবে চিকিৎসাধীন হৈ আছিল তেওঁ।
  • মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ।
  • ১৯৯৫-৯৯ চনলৈ মহাৰাষ্ট্ৰৰ শিৱসেনা-বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ মন্ত্ৰী আছিল তুকাৰাম।
  • সেই সময়ত ৰাজ্য চৰকাৰৰ বিদ্যুৎ আৰু গ্ৰামীণ উন্নয়ন বিভাগৰ দায়িত্ব চম্ভালিছিল তুকাৰাম দিঘোলেয়ে।
  • তাৰ উপৰিও বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰো গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত আছিল তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in