মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি…

মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি…
  • মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মঙলবাৰে মুকলি কৰা হ'ল ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী ইস্তাহাৰ 'সংকল্প পত্ৰ'।
  • ইস্তাহাৰ মুকলিৰ অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি জে পি নাড্ডা, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডনবিচ।
  • নিৰ্বানত বিজেপি জয়ী হ'ব বুলি মন্তব্য কৰে দুয়োগৰাকী নেতাই।
  • ইফালে ইস্তাহাৰত দলটোৰ ৰাজ্যিক কমিটিয়ে দাবী জনায় কেবাগৰাকী লোকক ভাৰত ৰত্ন দিয়াৰ বাবে।
  • মহাত্মা জ্যোতিবা ফুলে, সাবিত্ৰী ফুলে আৰু বিৰ সবাৰকাৰক ভাৰত ৰত্ন প্ৰদানৰ বাবে মহাৰাষ্ট্ৰ বিজেপিয়ে দাবী উত্থাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in