শেহতীয়া খবৰ
বিদেশ ভ্ৰমণৰ বাবদ কিমান খৰচ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে...  •  তেজপুৰৰ বিহগুৰিত ৭০-৮০টা বনৰীয়া হাতীৰ জাকে নৃশংসভাৱে আক্ৰমণ কৰি হত্যা কৰিলে কৃষকক  •  উত্তৰ-পূব কেন্দ্ৰ প্ৰযুক্তি ব্যৱহাৰ আৰু প্ৰসাৰ সঞ্চালক ডঃ অৰুণ কুমাৰ শৰ্মাৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্প পৰিদৰ্শন  •  কেবৰ প্ৰসংগত নকৰিলে মন্তব্য, মুখ্যমন্ত্ৰী সোণোৱালে ক'লে, ঋক বেদত কৈছে মা আদি গুৰু, এই পৃথিৱীত মাতৃয়েই সকলোতকৈ ডাঙৰ গুৰু  •  ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধীতাৰে কামপুৰত তীব্ৰ প্ৰতিবাদ, VIDEO  •  নলবাৰীত ৭টা পৰ্যায়ত মাৰাথন দৌৰ...  •  গভীৰ সংকটত জীয়াধলঃ বুকুত মৰুভূমি, এটা দশকত তিনিশ কোটিৰো অধিক ব্যয় জীয়াধল নিয়ন্ত্ৰণৰ নামত  •  ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল উত্থাপন হ'লে অসম জ্বলিবঃ এবছু  •  কটন বিশ্ববিদ্যালয়ত ‘The Unquiet River: A Biography of the Brahmaputra’ উন্মোচন...  •  ওৰাঙত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ জোঁৰ সমদল...

মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি…

107
  • মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মঙলবাৰে মুকলি কৰা হ’ল ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী ইস্তাহাৰ ‘সংকল্প পত্ৰ’।
  • ইস্তাহাৰ মুকলিৰ অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি জে পি নাড্ডা, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডনবিচ।
  • নিৰ্বানত বিজেপি জয়ী হ’ব বুলি মন্তব্য কৰে দুয়োগৰাকী নেতাই।
  • ইফালে ইস্তাহাৰত দলটোৰ ৰাজ্যিক কমিটিয়ে দাবী জনায় কেবাগৰাকী লোকক ভাৰত ৰত্ন দিয়াৰ বাবে।
  • মহাত্মা জ্যোতিবা ফুলে, সাবিত্ৰী ফুলে আৰু বিৰ সবাৰকাৰক ভাৰত ৰত্ন প্ৰদানৰ বাবে মহাৰাষ্ট্ৰ বিজেপিয়ে দাবী উত্থাপন কৰে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি