আজি উৰুকাঃ পুৱাই মাছৰ বজাৰত ভিৰ গ্ৰাহকৰ…

আজি উৰুকাঃ পুৱাই মাছৰ বজাৰত ভিৰ গ্ৰাহকৰ…
  • আজি মাঘ বিহুৰ উৰুকা।
  • ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীৰ আনন্দ।
  • উৰুকাক লৈ ৰাজ্যৰ বজাৰত ভিৰ গ্ৰাহকৰ।
  • উৰুকাৰ বজাৰত চিতল, বাহু, আঁৰি, বৰালি।
  • মাছ কিনিবলৈ পুৱাই বজাৰ ভিৰ কৰে গ্ৰাহকে।
  • পৰিয়াল, বন্ধু-বাৰ্গৰ সৈতে একেলগে এসাজ খোৱাৰ প্ৰস্তুতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in