১৫ জুনলৈ বৃদ্ধি লকডাউন…

১৫ জুনলৈ বৃদ্ধি লকডাউন…
  • মধ্যপ্ৰদেশত বৃদ্ধি লকডাউনৰ সময়সীমা।
  • অহা ১৫ জুন, ২০২০লৈ বৃদ্ধি কৰা হৈছে ৰাজ্যখনত লকডাউন।
  • এই কথা সদৰী কৰিছে খোদ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে।
  • কোৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ এই সিদ্ধান্ত লোৱাৰ কথা কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in