মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা বাবুলাল গৌৰৰ মৃ্ত্যু

মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা বাবুলাল গৌৰৰ মৃ্ত্যু
  • মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বাবুলাল গৌৰ আৰু নাই।
  • ভূপালৰ নৰ্মদা হাস্পতালত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।
  • বুধবাৰে পুৱা ৮৯ বছৰ বয়সত তেখেতৰ মৃত্যু হয়।
  • উল্লেখ্য যে, কিছুদিন ধৰি তেখেত চিকিৎসাধীন হৈ আছিল।
  • নেতাগৰাকীৰ মৃত্যুত শোকৰ ছা পৰা দেখিবলৈ পোৱা গৈছে।
  • হৃদৰোগত আক্ৰান্ত হৈ মৃ্ত্যুৰ মুখত পৰে নেতাগৰাকী।
  • ৭ আগষ্টত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল বাবুলাল গৌৰক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in