শোকাৱহ পথ দুৰ্ঘটনা, প্ৰাণ গ’ল ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৪ গৰাকী হকী খেলুৱৈৰ…

শোকাৱহ পথ দুৰ্ঘটনা, প্ৰাণ গ’ল ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৪ গৰাকী হকী খেলুৱৈৰ…

ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ হোৰাংগাবাদত সোমবাৰে পুৱা সংঘটিত হোৱা এক দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৪ গৰাকী হকী খেলুৱৈয়ে। মুঠ ৭ জন খেলুৱৈ অহা অহা বাহনখন দ্ৰুতবেগত আহি এজোপা গছত খুন্দা মাৰে। ৭ জনৰ ভিতৰত ৪ জন থিতাতে নিহত হোৱাৰ লগতে ৩ জনৰ অৱস্থা সংকটজনক। প্ৰাপ্ত খবৰনুসৰি আটাইকেইজন খেলুৱৈয়ে ধ্যনচন্দ্ৰ হকী টুনাৰ্মেন্ট খেলিবলৈ আহি থকাৰ পথতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in